মহৎ লোকৰ বাণী | Mohot Lukor Bani in Assamese
কৰ্মই উপাসনা হাঁহিয়েই জীৱন
- বিষ্ণুপ্ৰসাদ ৰাভা
“
প্ৰত্যেক ধৰ্মই আমাক কয় কৰ্ম, বিশ্বাস , অৰ্চনা – এই তিনিটা মানুহৰ প্ৰধান লাগতিয়াল বস্তু
- ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
“
আমাৰ জীৱনলৈ কিছুমান মানুহ আশীৰ্বাদ হৈ আহে আৰু কিছুমান মানুহ আহে শিক্ষা হৈ
- মাদাৰ টেৰেছা
“
ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক
- ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
“
স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু
- মহাত্মা গান্ধী
“
ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা
- ৰবীন্দ্ৰনাথ ঠাকুৰ
“
আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই
- গুৰু নানক
“
মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা
- স্বামী বিবেকানন্দ
“
কোনোৱে তোমাক সহায় কৰিব নোৱাৰে৷ নিজেই নিজৰ সহায় লোৱা
- বুদ্ধদেৱ
“
অধিক জানিবলৈ তলত ক্লিক কৰক