মহৎ লোকৰ বাণী | Mohot Lukor Bani in Assamese

কৰ্মই উপাসনা হাঁহিয়েই জীৱন

- বিষ্ণুপ্ৰসাদ ৰাভা

প্ৰত্যেক ধৰ্মই আমাক কয় কৰ্ম, বিশ্বাস , অৰ্চনা – এই তিনিটা মানুহৰ প্ৰধান লাগতিয়াল বস্তু 

- ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ

আমাৰ জীৱনলৈ কিছুমান মানুহ আশীৰ্বাদ হৈ আহে আৰু কিছুমান মানুহ আহে শিক্ষা হৈ

- মাদাৰ টেৰেছা

ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক

- ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু

- মহাত্মা গান্ধী

ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা

- ৰবীন্দ্ৰনাথ ঠাকুৰ

আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই

- গুৰু নানক

মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা

- স্বামী বিবেকানন্দ

কোনোৱে তোমাক সহায় কৰিব নোৱাৰে৷ নিজেই নিজৰ সহায় লোৱা

- বুদ্ধদেৱ