WhatsApp Group Join Now
Telegram Group Join Now

350+ অসমীয়া বাক্য ৰচনা কৰা | Assamese Sentences | অসমীয়া জতুৱা ঠাচ

4.8/5 - (5 votes)

বাক্য ৰচনা কৰা

  1. এৰা-ধৰা: (আপোচমূলক)- এৰা-ধৰাকৈ চলিম।
  2. পোটক তাল: (প্ৰতিশোধ লোৱা)- এইবাৰ তাৰ পোটক তুলিহে এৰিম।
  3. পেপুৱা লাগ: (বিবুদ্ধি হোৱা)- বাঘটো দেখি তাৰ পেপুৱা লাগিল।
  4. বিনামেঘে বজ্ৰপাত: (অকস্মাৎ হোৱা দুখ)- বাতৰিটো পাই তাৰ বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ’ল।
  5. বাপতি-সাহোন: (পৈত্ৰিক সম্পত্তি)- এই সা-সৰঞ্জামবোৰ মোৰ বাপতি সাহোন।
  6. ভিকচান ভাগ: (জীৱিকাৰ পথ নাইকীয়া কৰা)- দোকানখন উঠাই দিয়াত তাৰ ভিকচান ভাগিল।
  7. টাটক নাটক: (লগনীয়া)- এনে ধৰণৰ টাটক নাটক কথা ক’লে কোনে বিশ্বাস কৰিব।
  8. টেঁটুৱা খা: (ডিঙিত চেপা খোৱা)- সি টেঁটুৱা খাই কোনো মতেহে বাচিল।
Share on:

Leave a Comment