WhatsApp Group Join Now
Telegram Group Join Now

350+ অসমীয়া বাক্য ৰচনা কৰা | Assamese Sentences | অসমীয়া জতুৱা ঠাচ

4.8/5 - (5 votes)

বাক্য ৰচনা কৰা in Assamese

  1. উগুল- থুগুল – আজি ৰামৰ মন টো বৰ উগুল- থুগুল লাগি আছে ।  
  2. সঞ্চিত – আমি পানী সঞ্চিত কৰি ৰাখিব লাগে । 
  3. বিৰল – কিছুমান মানুহৰ বিৰল প্ৰতিভা থাকে যাক চিনি পোৱা টো টান 
  4. নিতাল মাৰি – ৰাতি হোলা কাৰণে গোটে ঠাইখিনি নিতাল মাৰি গল ।  
  5. সংৰক্ষণ – আমি সকলোৱে পানী সংৰক্ষণ কৰি ৰাোখিব লাগে।  
  6. দায়িত্ব – শিক্ষক – শিক্ষত্ৰিৰ কথা শুনাটো ছাত্ৰ- ছাত্ৰিসকলৰ দায়িত্ব ।  
  7. আত্মত্যাগ – কনকলতাই ইংৰাজৰ পৰা অসমৰ আজাতিৰ কাৰণে আত্মত্যাগ কৰিছিল ।  
  8. উপদেশ – সদায় ভাল উপদেশ লব লাগে ।  
  9. শ্ৰীবৃদ্ধি – দোকানখনৰ এই মাহটোত শ্ৰীবৃদ্ধি বাঢ়িছে ।
  10. অনায়সে – নদী অনায়সে বই গয় থাকে ।    
  11. জনমভূমি – আমি আমাৰ জনমভূমিৰসদায় সন্মান কৰিব লাগে ।   
  12. চৰণ – আমি সকলো ভগৱানৰ চৰণত আছো । 
  13. পৃথিৱী – পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘৰে ।   
  14. শুৱনি – বাগিছাখন বৰ শুৱনি ।  
  15. ধুনীয়া –  ময়ূৰ এজনী বৰ ধুনিয়া পক্ষী।
  16. ধেমালি –  সৰু লৰা ছোৱালীবোৰে হাঁহি ধেমালি ৰে খেলি আছে।  
  17. পাখি –  চৰাইয়ে পাখিৰ সহায়ত আকাশত উৰে ।
  18. শোভাযাত্ৰা –শংকৰদেৱৰ তিথিত আমি সকলোৱে শোভাযাত্ৰা কৰো ।  
  19. অনুপ্ৰেৰণা – ৰামক ভাল কামৰ কাৰণে তাৰ আইতাকে অনুপ্ৰেণা জগাইছে ।  
  20. অহিংসা- আমি সদায় অহিংসাৰ পথত যাব লাগে । 
  21. সত্যাগ্ৰহ  – মহাত্মা গান্ধী এজন সত্যাগ্ৰহ বাদী লোক আছিল ।    
  22. নিৰ্ভীক – মহাত্মা গান্ধী ব্ৰিটিছ সকলৰ প্ৰতি নিৰ্ভীক আছিল ।
  23. বিভূশিত – অৰুণিমা সিংহাক নৱেল বটাদি বিভূশিত কৰিছিল। 
  24. দৰাঘৰীয়া – কইনা ঘৰলৈ যাওঁতে দৰাঘৰীয়া মানুহবোৰহ একেলগে গৈছিল ।
  25. এসাজ খাই এসাজ লঘোনে – যোৱা বুধবাৰে ৰহিমহতে এসাজ খাই এসাজ লঘোনে থাকিব লগা হল ।  
  26. কাণ  সাৰ – ডাঙৰে কথা ক’লে কাণ সাৰ দিব লাগে ।  
  27. হিংসা – আমি কেতিয়াও কাকো হিংসা কৰিব নালাগে ।   
  28. চকুলো – আইতা গৰাকীৰ কথা শুনি মালাৰ চকুলো বইলে । 
  29. অপব্য়য় – খৰছটো অপব্যয় হ’ব বুলি মিনা বজাৰলৈ নগ’ল ।   
  30. সদবৱ্যহাৰ – আমি আমাৰ বুদ্ধি বোৰৰ সদব্যাৱহাৰ কৰিব লাগে ।  
  31. সাজি-কাচি – জিনা সাজি-কাচি বিয়ালৈ যাব উলাল ।  
  32. শেষ – কামটো কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ থাকিল ।  
  33. আন্তৰিক – ৰঙালী বিহুৰ বাবে ৰিতুৱে ৰহিমক আন্তৰিক সুভেচ্চা জ্ঞাপন কৰিলে ।
  34. নিজান – ৰাতি বাটতো নিজান হৈ আছিল ।
  35. চউপাশে – আমাৰ চউপাশে গছগছনিৰে ভৰি আছে ।  
  36. জুৰা – নাৰিকল কিতা জুৰা লাগি আছে ।   
  37. আঁতি-গুৰি – আমি কোনো এটা কথাৰ আঁতি-গুৰি নোলোৱাকৈ বেলেগক ক’ব নালাগে ।    
  38. জোলোঙা – নিগনিটোক দেখি মেকুৰিটোৱে জোলোঙা মাৰি আছিল ।
  39. পিৰালি – ৰহিম হতৰ ঘৰৰ পিৰালিটো ফুলেৰে ভৰি আছে ।  
  40. মূলমন্ত্ৰ – উদ্গতিৰ গতিৰ মূলমন্ত্ৰ হ’ল বিদ্যা ।  
Share on:

Leave a Comment