WhatsApp Group Join Now
Telegram Group Join Now

350+ অসমীয়া বাক্য ৰচনা কৰা | Assamese Sentences | অসমীয়া জতুৱা ঠাচ

4.8/5 - (5 votes)

বাক্য ৰচনা কৰা for Assamese & English Medium

  1. বহুমুখী –  ভূপেন হাজৰিকা এজন বহুমুখি প্ৰতিভা সম্পন্ন লোক ।  
  2. পৰিভ্ৰমী – অসমলৈ পৰিভ্ৰমী চৰাইবোৰ আহে আৰু সময় হ’লে গুচি যায় ।
  3. ৰহণ – ৰিমাই কথাতটোত ৰহণ লগাই ক’লে ।
  4. সংৰক্ষণ – আমি এশিঙিয়া গড়বোৰ সংৰক্ষণ কৰি ৰাখিব লাগে ।
  5. মণিকূত – আইতাই ৰাতিপুৱা মণিকূতত চাকি দিলে ।
  6. চক্চকীয়া – কাহৰ বাচনটো চক্চকীয়া।  
  7. চিকমিকীয়া – সোণৰ চেনডাল চিকমিকিয়া 
  8. সিকি – বস্তুটো কিনিবৰ কাৰণে মোক এটা সিকিৰ প্ৰয়োজন হল ।
  9. ভাগৰ – কামটো কৰি অহাৰ পিছত মোৰ বহুত ভাগৰ লাগিল।
  10. পূজনীয় – মা আৰু দেউতা আমাৰ সদায় পূজনীয় ।
  11. চেনেহ – আমি সদায় কৰুক মৰম চেনেহ কৰিব লাগে ।
  12. একেথিৰে – মানুহজনে কিৰণক একেথিৰে চাই আছিল ।  
  13. কেৰ-মেৰ – বাঁহ গছজোপা বতাহতে কেৰমেৰ কৰিলে ।  
  14. থৈয়া- নথৈয়া – ৰাম আৰু ৰাৱণৰ মাজত থৈয়া-নথৈয়া ৰণ হৈছিল ।   
  15. নাচি- বাগি- আনন্দতে মানুহজনে নাচি-বাগি আছে ।
  16. কুলুকুলু – নিজৰাৰ পানীবোৰ কুলকুল কৰি পৰি আছে । 
  17. লাহে  লাহে- ফেনখন লাগে লাগে ঘূৰি আছে ।  
  18. চাফ-চিকুণ- আমি সদায় আমাৰ ঘৰটো চাফ-চিকুণ কৰি ৰাখিব লাগে ।  
  19. ঘৰ-বাৰী – মানপহজন ঘৰ-বাৰী নথকাৰ দৰে ঘূৰি ফুৰিছে ।
  20. এলাহ- এই কামটো কৰিবৰ কাৰণে মোৰ এলাহ লাগিছে ।
  21. সুবিধা – মই এই কামটো কৰিবৰ কাৰণে সুবিধা এটা পাইছো ।
  22. ততালিকে – মানুহজনক ততালিকে চিকিৎলয়ত নিব লাগিব ।  
  23. কষ্টকৰ – কামটো বৰ কষ্টকৰ আছিল ।
  24. ৰং- ৰামধেনুৰ ৰং ৭টা ।
  25. কৱচ – আগৰ দিনত যেতিয়া যুদ্ধ হয় তেতিয়া মানুহবোৰে কৱচ পৰিধান কৰি যায় ।
  26. অত্যাচাৰ – আমি কেতিয়াও কাকো শাৰীৰিকভাবে অত্যাচাৰ কৰিব নালাগে ।   
  27. আধা- কেকটোৰ আধা মোৰ দাদাই খালে ।      
  28. থেতেলা – আমটো মাটিত পৰি থেতেলা খাই গ’ল ।
  29. মৌ বৰষা – কুলিৰ মাত মৌ বৰষা ।
  30. কুঁহিপাত – বসন্ত কালত গছে নতুন কুঁহিপাত সলাই । 
  31. মূল্যৱান – কিতাপত থকা জ্ঞানবোৰ আমাৰ বহত মূল্যৱান ।  
  32. সামগ্ৰী – বজাৰৰ পৰা মই অলপ মোৰ প্ৰয়োজনীয় সামগ্ৰী কিনিব গৈছিলো ।  
  33. প্ৰাচীন – প্ৰাচীন কালত মানুহবোৰে খোৱা বস্তুবোৰ সিজাই খাইছিল ।
  34. ঢাপলি মেলা – ৰহিমে তাৰ আইতাকৰ ঘৰলৈ যাবৰ কাৰণে ঢাপলি মেলিছে ।  
  35. মূৰে-কপালে – চিন্তাতে মানুহ জনে মূৰে-কপালে বাত দিলে ।
  36. কানি-কাপোৰ – বৰষুণজাকে বাহিৰত মেলি থোৱা কানি-কাপোৰ বোৰ তিতালে ।   
  37. উপলক্ষ- ৰাজুৱে তাৰ ভূলটোৰ উপলক্ষ কৰিলে । 
  38. খৰচি মাৰি – কোনো এটা কথাৰ খৰচি মাৰি জানিব বিচৰাটো এটা ভাল অভ্যাস ।  
  39. মৰমিয়াল – যদু এজন বৰ মৰমিয়াল ল’ৰা ।
  40. দেহ-মন – এই  ঠাণ্ডা বতাহ জাকে মোৰ দেহ-মন যুৰ পেলাই দিলে ।  
Share on:

Leave a Comment