WhatsApp Group Join Now
Telegram Group Join Now

350+ অসমীয়া বাক্য ৰচনা কৰা | Assamese Sentences | অসমীয়া জতুৱা ঠাচ

4.8/5 - (5 votes)

বাক্য ৰচনা

  1. অসীম – সাগৰৰ অসীম সিমা ৰাখি দেখি মোৰ মন মুগ্ধ হয় গ’ল । 
  2. কৌশল – বিজ্ঞানৰ কৌশলে আমাৰ জীৱন সহজ কৰি তুলিছে।
  3. অভ্যাস – আমি সদায় ভাল অভ্যাস বোৰ ৰাখিব লাগে ।  
  4. দুবেলা-দুসাঁজ – মানুহ জনে বৰ কষ্টৰে দপুবেলা-দুসাঁজ খাই আছে ।
  5. চৰাই-চিৰিকটি – বনত চৰাইচিৰিকটিবোৰে মাত দি আছে ।  
  6. জীৱ-জন্তু- পানী ন’হলে জীৱ-জন্তুবোৰ জীয়াই থাকিব নোৱাৰে। 
  7. উশাহ-নিশাহ – প্ৰাণীয়ে  নাকৰ সহায়ত উশাহনিশাহ লয় ।
  8. সুখ-সন্তোষ – ণে এই কামটো সুখসন্তোষেৰে কৰিলো ।  
  9. মিলন – শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বোলে ।    
  10. মধুৰ – কৃষ্ণৰ বাঁহীৰ মাতটো মধুৰ ।    
  11. আদৰ – ৰাধাক মানুহজনে সিঁহতৰ ঘৰলৈ যাওঁতে  মৰম আৰু আদৰ কৰিলে ।  
  12. অলেষ – চিৰিয়াখানাত অশেষ জীৱ-জন্তু আছে ।  
  13. ৰসাল – অসমৰ মাটিবোৰ ৰসাল ।
  14. নিজম – ৰাতি নিজম আকাশত তৰাবোৰ জিলিকি আছে ।    
  15. হিয়া – মানুহজনৰ কথা শুনি মোৰ হিয়া পমি গ’ল ।  
  16. টোপনি – মানুহজনৰ টোপনি পাতল ।  
  17. মুকুতা – বৰষণৰ পানীবোৰত ৰ’দৰ পোহৰ পৰি মুকুটাৰ দৰে জিলিকি আছে ।  
  18. ছেদেলি-ভেদেলি –  পুনমে তাইৰ কোঠালীটো বৰ ছেদেলি-ভেদেলি কৈ থৈ দিয়ে ।   
  19. মিলা-প্ৰীতি – আমি বিদ্যালয়ত সকলোৱে মিলা-প্ৰীতিয়ে থাকো। 
  20. চোৱা-চিতা –  আমি সকলোৱে ডাঙৰ হোৱা পিছত মা-দেউতাৰ চোৱা-চিতা কৰিব লাগে ।  
  21. অহা-যোৱা- মানুহজন তেতিয়াৰ পৰাই অহা-যোৱা কৰি আছে।  
  22. লৰা-ঢপৰা – বৰষুণ অহাৰ বাবে মানুহবোৰে লৰা-ঢপৰা কৰি আছে ।   
  23. ক্ষয় – বানপানীৰ কাৰণে মানুহবোৰৰ বহুটো ক্ষয় হৈছে  ।  
  24. ক্ষন্তেক – যোৱাৰাতিবৰষুণজাক ক্ষন্তেক সময়ৰ কাৰণে আহিছিল ।
  25. আদৰ্শ –  ৰাম এজন আদৰ্শ ছাত্ৰ ।  
  26. চকু – হৰিণৰ চকু যুৰি বৰ ধুনীয়া ।
  27. গোট গৰু: (মহা মূৰ্খ)- সি এটা গোট গৰু।
  28. জাকত জিলিকা: (চকুত লগা)- জাকত জিলিকা গাঁওখন সকলোৰে প্ৰিয়।
  29. চিকা চন্দা: (ভাল বেয়াৰ বিচাৰ কৰা)- এনেকৈ চিকা চন্দাকৈ থাকিলে কি হ’ব!
  30. চাউল উঠ: (জীৱিকা বন্ধ হোৱা)- ৰমেনৰ এইবাৰ চাউল উঠিল।
  31. ছলাহ-মলাহ: (ফাকি-ফুকা দি ফুৰা)- তাৰ ছলাহ মলাহ কথাত কোনেও ভোল নাযায়।
  32. ছাল বাকলি নোহোৱা: (সম্বল নথকা)- এইবাৰ বানপানীত তাৰ ছাল বাকলি গ’ল।
  33. জধা মূৰ্খ: (মহা মূৰ্খ)- মহেন্দ্ৰ এজন জধা মূৰ্খ লোক।
  34. জয়-জয় ময়-ময়: (ভাল অৱস্থা)- প্ৰাচীন ভাৰতৰ জয়-জয় ময়-ময় অৱস্থা আছিল।
  35. জয় ঢোল কোবোবা: (বেছিকৈ প্ৰকাশ কৰা)- সি পাছ কৰা কথাটো কৈ জয় ঢোল কোবাব ধৰিছে।
  36. আঁঠুৱাৰ তলৰ মহ: (দুৰ্বল শত্ৰু)- সি এতিয়া আঁঠুৱাৰ তলৰ মহ।
  37. অজৌ গছৰ বজৌ গুটি: (অতি দুষ্ট)- সি অজৌ গছৰ বজৌ গুটি।
  38. উনৈশত বা বলা: (বিলাস আৰু আনন্দত ঘূৰি ফুৰা)- গাড়ীখন পাই তাৰ উনৈশত বা বলিছে।
  39. উভত গোৰে নচা: (অত্যাচাৰ কৰা)- টকা হ’লেই উভয় গোৰে নাচিব নালাগে।
  40. এলাই বাদু: (কোনো কামৰ নোহোৱা)- তাৰ দৰে এলাই বাদু মোক নালাগে।
Share on:

Leave a Comment