WhatsApp Group Join Now
Telegram Group Join Now

Assamese GK | 150+ MCQ Question and Answer Free PDF Download

5/5 - (2 votes)

Assamese GK. 150+ MCQ Question and Answer Free PDF Download. Assamese General Knowledge and Assam Current Affairs Questions and Answers in Quiz format for Assam Exams like ADRE, DHS, DEE, TET, APSC, APDCL, Assam Police, Forest, PNRD, High Court, Grade III, Grade IV, etc

WhatsApp Group Join Now
Telegram Group Join Now

GK Assam MCQ Pdf Download

TopicAssamese GK
CategoryGeneral Knowledge
Total Questions150+
Question TypeOne liner
PDF Available

ALSO READ: First Assamese – First in Assam

Assamese GK Question and Answer

  1. ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল?
    উ: ৫১ খন
  2. ইমু চৰাই কোনখন দেশত পোৱা যায়?
    উ: অষ্ট্ৰেলিয়া
  3. পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি আৰু ই বিশ্বৰ কোনখন দেশত অৱস্থিত?
    উ: ঞ্জেল জলপ্ৰপাত আৰু ই ভেনেজুৱেলাত অৱস্থিত।
  4. আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল ?
    উ: ১৬৬৯ চনত
  5. পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম কি?
    উ: এছিয়া
  6. পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী খনৰ নাম কি?
    উ: নীল নদী
  7. অসমত বন গৱেষণা কেন্দ্ৰ ক’ত আছে ?
    উ: যোৰহাটত আছে
  8. কোনখন মহাসাগৰত’ বাৰ্মুদ্ৰা ত্ৰিভূজ’ অৱস্থিত ?
    উ: ভাৰত মহাসাগৰ
  9. কাছাৰৰ প্ৰাচীন নাম কি আছিল ?
    উ: হিৰিম্বা
  10. মহীশূৰৰ নতুন নাম কি ?
    উ: কৰ্ণাটক
  11. বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হয় ?
    উ: ১৯৫২ চন
  12. এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হবলৈ নূন‍্যতম বয়স কিমান লাগে ?
    উ: ৩৫ বছৰ
  13. আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটোৰ নাম কি ?
    উ: সূৰ্য
  14. শ্বিলং কোনখন  পাহাৰত অৱস্থিত ?
    উ: খাছী পাহাৰ
  15. হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল ?
    উ: ৬৪০ খ্ৰীষ্টাব্দত
  16. ব্ৰাহ্ম সমাজৰ প্ৰথম অধিবেশন ক’ত হৈছিল ?
    উ: কলিকতাত
  17. মিচিং সকলৰ গ্ৰাম্য আদালতখনৰ নাম কি ?
    উ: কৌবাং
  18. প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল ?
    : ১১৯১ চনত
  19. ‘বিলাতৰ চিঠি’ নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন ?
    উ: জ্ঞানদাভিৰাম বৰুৱা
  20. ক’লা দিৱস কোন তাৰিখে পালন কৰা হয় ?
    উ: ৩০ অক্টোবৰ তাৰিখে
  21. কোচ বিহাৰৰ প্ৰথম ৰজা কোন আছিল ?
    উ: লক্ষ্মী নাৰায়ণ
  22. ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ?
    উ: ৫ বছৰ
  23. পুৰণি অসমৰ যুদ্ধত কোনটো প্ৰাণীক অধিক ব্যৱহাৰ কৰা হৈছিল ?
    উ: হাতী
  24. সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ?
    উ: চডিয়াম ক্ল’ৰাইড
  25. বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন ?
    উ: চীন
  26. অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে ?
    উ: ৪ টা ভাগত
  27. গোৱাল পাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় ?
    উ: কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে
  28. আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি ?
    উ: ডাবলিন
  29. হৰ্ষ চৰিত পুথিখন কোনে ৰচনা কৰিছিল ?
    উ: বাণভট্ট
  30. সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল ?
    উ: ঘেঁহু
  31. ইয়ং ইণ্ডিয়া’ গ্ৰন্থখনৰ লেখক কোন ?
    উ: মহাত্মা গান্ধী
  32. বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন ?
    উ: ভগবান বিষ্ণু
  33. বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি ?
    উ: জয়মতী কুঁৱৰী
  34. অসমীয়া সাহিত্য চৰা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
    উ: ১৮৭২ চনত
  35. GST কেইপ্ৰকাৰৰ হয় ?
    উ: ৪ প্ৰকাৰৰ
  36. কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল ?
    : হেনৰী কটন আছিল
  37. ৰাজ্যপাল বানৱাৰিলাল পুৰোহিতে জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোন চনত প্ৰদান কৰে ?
    উ: ২০১৭ চনত
  38. নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কোনে কৰিছিল ?
    উ: ৰুদ্ৰ সিংহই
  39. ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন ?
    উ: ৰাষ্ট্ৰপতি
  40. বেজবৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল ?
    উ: ৰুদ্ৰ সিংহই

ALSO READ: Best Books for Assam Direct Recruitment

GK in Assamese Language

  1. কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়?
    উ: ১৯০১ চন
  2. কোনজন ব্যক্তিৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয়?
    উ: আলফ্ৰেড ন’বেল
  3. ৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি?
    উ: নাইজেৰিয়া
  4. বিশুদ্ধ খোৱাপানীৰ ph মান কিমান ?
    উ: ৭
  5. শঙ্কৰদেৱে বৰগীত সমূহ কি ভাষাত লিখিছিল ?
    উ: ব্ৰজাৱলী ভাষাত
  6. প্ৰথম ভাৰতীয় উপগ্ৰহ (আৰ্যভট্য) কিমান চনত নিক্ষেপ কৰা হৈছিল ?
    উ: ১৯৭৫ চনত
  7. ভাস্ক দা গামা ভাৰতলৈ কেতিয়া আহিছিল ?
    উ: ১৪৯৮ চনত
  8. ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?
    উ: ২২ এপ্ৰিল
  9. Diego Garcia বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ?
    উ: ভাৰত মহাসাগৰ
  10. নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়?
    উ: ইজিপ্ত
  11. লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ’ উপাধি প্ৰদান কৰিছিল ?
    উ: অসম সাহিত্য সভাই
  12. ‘চান্দুবি’ উৎসৱ পালন কোনে কৰে ?
    উ: ৰাভা
  13. বিত্তীয় আয়োগৰ সদস্য সকলক কোনে নিযুক্তি দিয়ে ?
    : ৰাষ্ট্ৰপতিয়ে
  14. আহোমৰ দ্বিতীয় ৰাজধানী কি আছিল ?
    উ: চাৰগুয়া
  15. ‘দেওলাংখুই’ ৰ ৰচক কোন ?
    উ: ৰীতা চৌধুৰী
  16. কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল ?
    উ: গদাধৰ সিংহৰ দিনত
  17. চুকাফা ক’ৰ পৰা আহিছিল ?
    উ: Burma (ম্যানমাৰ)
  18. সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় ?
    উ: ২৭ মাৰ্চ তাৰিখে
  19. অসমীয়া সংস্কৃতিৰ মূল ভেটি কি ?
    উ: সমন্বয়
  20. অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল ?
    উ: স্বৰ্গনাৰায়ণ
  21. কেবিনেট মিশ্যন ভাৰতলৈ কেতিয়া আহিছিল ?
    উ: ১৯৪৬ চনত
  22. কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই ?
    উ: বুধ গ্ৰহৰ
  23. আহোম সকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায় ?
    উ: চকলং
  24. ‘নামঘোষা’ কোনে লিখিছিল ?
    উ: শ্ৰী শ্ৰী মাধৱদেৱ
  25. ‘প্ৰেম আৰু ৰদালিৰ’ কবি বুলি কাক জনা যায় ?
    উ: হীৰেণ ভট্টাচাৰ্য
  26. গদাধৰ সিংহৰ আহোম নাটটো কি ?
    উ: চুপাটফা
  27. ৰাণী ভিক্টোৰিয়া ব্ৰিটিছ সিংহাসনত কোন চনত বহে ?
    উ: ৮৩৭ চনত
  28. ‘Discovery of Assam’ গ্ৰন্থখনৰ লেখক কোন ?
    উ: সতীশচন্দ্ৰ কাকতি
  29. এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে ?
    উ: লোকসভা অধ্যক্ষই
  30. কলিকতাত কেতিয়া অসমীয়া সাহিত্য চৰা প্ৰতিষ্ঠা কৰা হৈছিল ?
    উ: ১৮৭২ চনত
  31. জাতীয় শিক্ষা নীতি ১৯৮৬ গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল ?
    উ: ৰাজীৱ গান্ধী
  32. অসমত স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয় ?
    উ: মহগড়ৰ ৰণ
  33. স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ?
    উ: ৰাজেন্দ্ৰ প্ৰসাদ
  34. চুকাফাই লগত কিমান মানুহ আনিছিল ?
    উ: ৯০০০
  35. উত্তৰ পূবৰ মাটিত প্ৰথম উৰাজাহাজখন কোনখন চহৰত অবতৰণ কৰা হৈছিল ?
    উ: যোৰহাট
  36. ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল ?
    উ: ২০০৮ চনত
  37. ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন ?
    উ: ৰাষ্ট্ৰপতি
  38. মানুহৰ মুখত হাড়ৰ সংখ্যা কিমান ?
    উ: ১৪ ডাল হাড়
  39. ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো ?
    উ: আৰাৱলী
  40. অসমৰ’ চাহৰ চহৰ’ বুলি কোনখন চহৰক কোৱা হয় ?
    উ: ডিব্ৰুগড় চহৰক

ALSO READ: Best Books for APSC

GK Questions in Assamese

  1. ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সৰ্বাধিক ?
    উ: কেৰালা
  2. ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয় ?
    উ: উচ্চতম ন‍্যায়ালয়
  3. প্ৰথম অসমীয়া চনেটৰ লিখক কোন ?
    উ: হেমচন্দ্ৰ গোস্বামী
  4. হিন্দু ধৰ্মৰ মুঠ পুৰাণৰ সংখ্যা কিমান ?
    উ: ১৮ টা
  5. ‘প্ৰান্তিক’ আলোচনীৰ প্ৰতিষ্ঠাপকৰ মুখ্য সম্পাদক কোন আছিল ?
    উ: ভবেন্দ্ৰনাথ শইকীয়া
  6. এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো ?
    উ: জয়সাগৰ পুখুৰী
  7. এখন ৰাজ্য চৰকাৰৰ মুৰব্বী কোন ?
    উ: মুখ্যমন্ত্ৰী
  8. Google কোন চনত আবিষ্কাৰ কৰা হৈছিল ?
    উ: ১৯৯৮
  9. অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ?
    উ: ১৮৬৭ চনত
  10. ৰ্তমান অসমৰ মহকুমা কেইটা আছে ?
    উ: ৭৮ টা
  11. ‘স্বৰ্গ নাৰায়ণ’ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল ?
    উ: চুহুংমুং
  12. ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?
    উ: ২৪ ফেব্ৰুৱাৰী তাৰিখে
  13. ‘অলকানন্দা’ কবিতা সংকলন খনৰ ৰচক কোন ?
    উ: নলিনীৱালা দেৱী
  14. নিউমোনিয়া ৰোগে শৰীৰৰ কোনটো অংগ প্ৰভাৱিত কৰে ?
    উ: হাওঁফাঁও
  15. ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম অ কংগ্ৰেছী চৰকাৰ গঠন কৰা হৈছিল ?
    উ: কেৰেলা
  16. পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ পৰিমাণে বৃষ্টিপাত হয় ?
    উ: ভাৰতৰ মৌচিনৰাম
  17. প্ৰত্যেক বছৰে সৰ্বাধিক সংখ্যাক চলচিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম কি ?
    উ: ভাৰত
  18. অসমৰ ‘গীতিকবি’ বুলি কাক আখ্যা দিয়া হয় ?
    উ: পাৰ্বতী প্ৰসাদ বৰুৱা
  19. পৃথিবীৰ দ্বিতীয় বৃহত্তম মহাদেশ খনৰ নাম কি ?
    উ: আফ্ৰিকা
  20. পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানী কৰা দেশখনৰ নাম কি ?
    উ: স্পেইন
  21. কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰী লংকাক পৃথক কৰিছে ?
    উ: পক প্ৰণালী
  22. সৌৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যাক উপগ্ৰহ আছে ?
    উ: শনি
  23. সৰ্বোচ্চ একৰ মাটিত ৰবৰ খেতি কৰা ৰাজ্যখনৰ নাম কি ?
    উ: কেৰেলা
  24. হেলীৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আবিৰ্ভাৱ হয় ?
    উ: ৭৬ বছৰ
  25. অসম বুৰঞ্জীত কেঁকোৰা ৰজা বুলি কাক কোৱা হয় ?
    উ: চুটিমফা
  26. ভীষ্মক ৰজাৰ জীয়েকৰ নাম কি ?
    উ: ৰুক্মিণী
  27. অসমত শালি ধানৰ খেতি প্ৰৱৰ্তন কোনে কৰিছিল ?
    উ: আহোম সকলে
  28. শৰতৰ কবি কোন ?
    : পাৰ্বতী প্ৰসাদ বৰুৱা
  29. কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ?
    উ: ৰঘূদেৱ
  30. দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে ?
    উ: ১৯৩১ চনত
  31. শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়?
    উ: থাইলেণ্ড
  32. বিশ্বত মুঠ কেইখন মহাসাগৰ আছে?
    উ: ৫ খন
  33. অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?
    উ: ২ খন
  34. ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ?
    উ: ২৫ জানুৱাৰী
  35. ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালা ?
    উ: বৰাইল
  36. ব্ৰহ্মপুত্ৰ নদী মুঠ কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে ?
    উ: তিনিখন
  37. অসম ছাত্ৰ সন্মিলনী গঠন কোন চনত হৈছিল ?
    উ: ১৯১৬ চনত
  38. বিশ্বত সৰ্বাধিক সোণ ক’ত উৎপাদন হয়?
    উ: ক্ষিণ আফ্ৰিকাত
  39. কোনখন দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল ?
    উ: আমেৰিকা যুক্তৰাষ্ট্ৰ
  40. Dead Sea কোন দুখন দেশৰ মাজত অৱস্থিত?
    উ: জৰ্ডান আৰু ইজৰাইল

ALSO READ: Assam Direct Recruitment Syllabus

Assam GK in Assamese Language

  1. Bermuda Triangle নামৰ ৰহস্যময় ঠাই খন কোন খন মহাসাগৰত অৱস্থিত?
    উ: আটলাণ্টিক মহাসাগৰ
  2. কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়?
    উ: চুইজাৰলেণ্ড
  3. সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়?
    উ: জাপান
  4. বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়?
    উ: ভূটান
  5. হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়?
    উ: ফিনলেণ্ড
  6. কোন খন ঠাইক পৃথিৱীৰ মধুচ বুলি কোৱা হয়?
    উ: পামিৰ মালভূমি
  7. পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো কি?
    উ: গ্ৰীণলেণ্ড
  8. পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ৰান্তীয় বৰ্ষাৰণ্য খনৰ নাম কি?
    উ: আমাজান
  9. অসমৰ কোনখন ঠাইক পূবৰ আমাজান বুলি কোৱা হয়?
    উ: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান
  10. কিমান চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল?
    উ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ
  11. পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালা কি?
    উ: এণ্ডিছ
  12. পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ পৰ্বতমালা কি?
    উ: হিমালয়
  13. কোন খন দেশক ‘Battle Ground of Europe’ বুলি কোৱা হয়?
    উ: বেলজিয়াম
  14. Mount Etna, এটা সক্ৰিয় আগ্নেয়গিৰি বিশ্বৰ কোনখন দেশত অৱস্থিত?
    উ: ইটালী
  15. ঐতিহাসিক চহৰ মাচু পিচ্চু বিশ্বৰ কোনখন দেশত অৱস্থিত?
    উ: পেৰু
  16. কি নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত?
    উ: টেমছ
  17. পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই?
    উ: ইউৰোপ
  18. ফ্ৰান্সৰ ৰাজধানী কি?
    উ: পেৰিছ
  19. কোনখন দেশত আটাইতকৈ বেছি হ্ৰদ অৱস্থিত?
    উ: কানাডা
  20. পেৰিছ চহৰৰ মাজেৰে কি নদী বৈ গৈছে?
    : সেন (Seine)
  21. Yellowstone ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত?
    উ: আমেৰিকা যুক্তৰাষ্ট্ৰ
  22. জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি?
    উ: মাউন্ট ফুজি
  23. আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?
    উ: ৮ মাৰ্চ
  24. বিশ্ব পৰিৱেশ কিমান তাৰিখে পালন কৰা হয়?
    উ: ৫ জুন
  25. শান্তিৰ নোবেল বঁটা কোন খন চহৰত প্ৰদান কৰা হয়?
    উ: অ’ছল’ (Oslo)
  26. নোবেল বঁটা (শান্তিৰ নোবেল বঁটাৰ বাহিৰে) কোনখন চহৰত প্ৰদান কৰা হয়?
    উ: ষ্টকহ’ম
  27. ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি কোন?
    উ: ৰবীন্দ্ৰনাথ ঠাকুৰ
  28. ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিল?
    উ: সাহিত্য
  29. ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল?
    উ: ১৯১৩ চনত
  30. কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল?
    উ: গীতাঞ্জলি
  31. মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন?
    উ: ইউৰি গাগাৰিন
  32. পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশ খনৰ নাম কি?
    উ: ব্ৰাজিল
  33. পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি?
    উ: প্ৰশান্ত মহাসাগৰ
  34. পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী খনৰ নাম কি?
    উ: আমাজান
  35. আটাইতকৈ বেছি দেশ থকা মহাদেশ খনৰ নাম কি?
    উ: আফ্ৰিকা
  36. বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত?
    উ: ৭ খন

ALSO READ: Assam Borders

Assamese GK PDF 

In this pdf we have tried to include various information on several topics related to Assam GK

We have incorporated topics in Assamese GK PDF which includes:

  • Assam History GK
  • Assam Art & Culture GK
  • Assam Geography GK
  • Assam Polity GK
  • Assam Economics GK
  • Assam Environment GK
  • Assam Current Affairs

Hope Assamese GK PDF from AssamGovJob.in will definitely help you achieve more marks in your upcoming Assam Competitive Exams

Why is the Assamese GK Important?

It is very difficult to qualify for a competitive exam without at least having a basic understanding of current events and general knowledge. 

The competitive exams for the Assam Government, including the PNRD, DHS, Assam Police, and Assam Secretariat, Assam Direct Recruitment Exam (ADRE), Grade III, Grade IV, etc are likewise not particularly noteworthy. 

There are 10 to 15 questions on Assam Static GK that are consistently asked, according to an analysis of question papers and test patterns from the previous year. 

So we (Team AssamGovJob.in) have updated this article with 150+ most important Assamese GK MCQ Question Answers for your upcoming Assam Govt Jobs.

Download Assamese GK PDF for Free

Here you can easily download the Assamese GK Free E-Book PDF from the link provided below. Do let us know in the comments below if this helps you any way or the other. We will be happy to see your comments.

PDF Size132 Kb
Download PDFAssamese GK

FAQs on Assamese GK Pdf Download

How many questions are there in Assamese GK Pdf?

There are 150+ General Knowledge questions and answers in Assamese language in the Assamese GK Pdf which is prepared by AssamGovJob.in

How can I download the Assamese GK MCQ in PDF file?

Go to AssamGovJob.in and search for GK. There you will see the article on Assamese GK. Scroll below and you’ll be able to download the Assamese GK in PDF Format for absolutely free of cost

What is the importance of Assam GK in competitive exams?

The importance of Assam GK in the recent times has increased manifold. Questions are very commonly seen from these areas in different Assam Govt Jobs. In APSC, 30%-35% questions are asked from Assam topic. It’s very important.

Share on:

Leave a Comment