WhatsApp Group Join Now
Telegram Group Join Now

350+ অসমীয়া বাক্য ৰচনা কৰা | Assamese Sentences | অসমীয়া জতুৱা ঠাচ

4.8/5 - (5 votes)

বাক্য ৰচনা কৰা অসমীয়া

  1. অবিৰাম  – অবিৰামভাৱে মানুহজনে সূলভ – মূল্যৰ দোকানী জনৰ পৰা  কেৰাচিন কিনিবলৈ আহে ।
  2. জান – জুৰি – আমাৰ গাৱত দুটাকৈ জান – জুৰি আছে ।
  3. ছিদ্ৰ – ৰহিমে মমডালৰ ছিদ্ৰটো জ্বলাইলৈ কোঠাটোলৈ গ’ল ।
  4. পুথি  –  নামঘৰত সন্ধিয়া সময়ত সদাই পুথি পঢ়ে ।
  5. মন থিৰ – আমি সদায় সকলো কাম মন থি
  6. কুল – কুল – জুৰিটোৰ পৰা পানী কুল কুলকৈ বৈ আহে ।ৰ কৰি কৰিব লাগে ।
  7. ৰঙা বেলি – সদায় ৰাতিপোৱা ৰঙা বেলি দেখা পোৱা যায় ।
  8. বঙহৰদেউ – পূৰনি কালত মহিলাসকলে তেওঁলোকৰ স্বামীক বঙহৰদেউ বুলি সন্মান কৰি সম্বোধন কৰিছিল ।
  9. চিৰস্মৰণীয় – বীৰাঙ্গনা মূলাগাভৰু মৰিও অমৰহৈ আমাৰবাবে সদায় চিৰস্মৰণীয় হৈ থাকিল ।
  10. ধন – সোণ – ঘৰত কোনো নথকা অৱস্থাত চুৰকেইতা আহি ঘৰৰ তলা ভাঙি ধন – সোণ চুৰি কৰি লৈ গ’ল ।
  11. খা – খবৰ  – মোমায়েকে ভাগিনিয়েকহতঁৰ খা – খবৰ লবলৈ আহিল ।
  12. টকা – পইচা – ওচৰ চুবুৰিয়াৰ বিপদ – আপদ হ’লে টকা – পইচা দি সহায় কৰিব নোৱাৰিলেও এষাৰ মাত দিব লাগে ।
  13. বৰদৈচিলা – চ’তৰ মাহত বৰদৈচিলা মাকৰ ঘৰলৈ আহে ।
  14. হিল – দল ভাঙি – বৰদৈচিলা অহাৰ সময়ত সকলোবোৰ হিল – দল ভাঙি উৰুৱাই নিয়ে ।
  15. ঢাপলি মেলে – বৰদৈচিলাই আউলি – বাউলি হৈ ঢাপলি মেলে ।
  16. শীতল – পাটি – ৰহিমহঁতৰ ঘৰত ৰামক শীতল -পাটিত বহিবলৈ দিলে ।
  17. মূৰৰ চুলি মেলাই – বৰদৈচিলাক মাকে মূৰৰ চুলি মেলাই বহিবলৈ কলে ।
  18. প্ৰশংসা – ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় আৰু বেয়া কাম কৰিলে ঘৃণাৰ যোগ্য হয় ।

Ishan Uday Scholarship

  1. চোতাল – ৰহিমলাই চোতাল – বাট সাৰি ঘৰৰ ভিতৰলৈ গ’ল ।
  2. কাঁহী – পেহিয়েকে ভতিজাকক কাহঁৰ কাঁহীত ভাত খাবলৈ দিলে ।
  3. চিকুণাই – নীৰৱে সিহঁতৰ বাৰীখন চিকুনাই গ’ল ।
  4. তিৰবিৰ – আকাশত থকা তৰাবোৰ তিৰবিৰকৈ জ্বিলিকি থাকে ।
  5. সুৰুঙা – বাকচটোৰ সুৰুঙাদি ৰহিমে তাৰ ঘড়ীটো বাকচটোত থলে।
  6. লৰ কাইট – পানীৰ তলৰ কাইটক কোনেও দেখা নাপায় ।
  7. পানীত পৰ  – কালীদাসক মূৰ্খ বুলি তেওঁৰ পত্নীয়ে পানীত পৰ বুলি কৈছিল ।
  8. থৈয়া – নথৈয়া – শৰাই ঘাটত থৈয়া – নথৈয়া ৰণ হৈছিল ।
  9. জন্ম দিন –ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰীজৱহৰলাল নেহেৰুৰ জন্ম দিন টো শিশু দিৱস হিচাপে পালন কৰা হয় ।
  10. উপহাৰ- উপহাৰ যিয়েই নহওক তাক সদায় হাঁহিমুখে আদৰি ল’ব লাগে ।
  11. নামঘৰ – সন্ধিয়া সময়ত নামঘৰত দবা কোবায় ।
  12. জলপান – বিহুত আমি সকলোৱে ইঘৰে সিঘৰত চাহ – জলপান খাবলৈ যাও ।
  13. পৰিপাটি –  আমি সদায় পৰিস্কাৰ – পৰিপাটি হয় থাকিব লাগে ।
  14. মজা – ৰহিমে গৰম দিনত নেমুৰ স্বৰবত খাই বৰ মজা পায় ।
  15. সপোন – নিজৰ জীৱনৰ প্ৰতি থকা সপোনক সদায় দৃথক কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব লাগে ।
  16. বেপাৰি ঃ ৰহিম এজন বেপাৰি ।
  17. লগৰীয়া – সদায় ভাল ভাল সঙ্গৰ লগৰীয়া হ’ব লাগে
  18. অধ্যৱসায়-  ৰামে ডক্তৰ হবলৈ  অধ্যৱসায় চেষ্টা কৰিমে । 
  19. নেৰানেপেৰা- মালাই মেলা চাব যাবলৈ মায়েকক নেৰানেপেৰাকৈ কয় আছে । 
  20. আমন্ত্ৰণ- আমাৰ গাৱঁত সভা এখন হব কাৰণে মানুববোৰে হিমেনৰ বাপেকক আমন্ত্ৰণ কৰিছে ।
  21. প্ৰত্যাূহ্বান- আমি আমাৰ জীৱনত নানা ধৰণৰ প্ৰত্যাূহ্বান ৰ লগত যুজিব লাগে ।
  22. ঘাত-প্ৰতিঘাত- যুদ্ধত ৰামৰ বাপেকৰ ঘাত-প্ৰতিঘাত হল । 
  23. নিমিষতে- ৰহিমৰ বাপেক সিহতঁৰ পৰা নিমিষতে যেন আচৰি গ’ল ।   
Share on:

Leave a Comment