WhatsApp Group Join Now
Telegram Group Join Now

350+ অসমীয়া বাক্য ৰচনা কৰা | Assamese Sentences | অসমীয়া জতুৱা ঠাচ

4.8/5 - (5 votes)

অর্থ লিখি বাক্য ৰচনা কৰা

  1. টেঙৰ – ৰাজু বহুত টেঙৰ লৰা ।    
  2. প্ৰস্তাৱ- বিয়াত যাবৰ কাৰণে ৰামৰ ঘৰৰ পৰা ৰহিমৰ ঘৰলৈ প্ৰস্তাৱ আগবঢ়ালে ।  
  3. লালকাল- কেচুৱাটো টুপনিটে লালকাল হল ।  
  4. পলাই- পুলিচজনক দেখি চুৰটোৱে পলাই পতং দিলে ।  
  5. অজুহাত – মানুহজনে কামটো নকৰা বিভিন্ন অজুহাত দেখুৱালে ।
  6. হেঁপাহ – জুনৰ কিতাপখন পঢ়িবলৈ বৰ হেঁপাহ জাগিছিল । 
  7. পলুৱাই- ৰাজে ৰুমনৰ বায়েকক পলুৱাই লই গ’ল । 
  8. শিলাময়- শিলাময় পৰ্বতবোৰ বগাবলৈ বৰ টান ।  
  9. স্বদেশ-প্ৰেম- তৰুণৰাম ফুকণ এজন স্বদেশ প্ৰেমী লোক আছিল ।
  10. ফটা-ফুটা- জদুয়ে ফটা-ফুটা কাপোৰ পিন্ধি থকা দেখি মিনিৰ বৰ দুঃখ লাগিল ।      
  11. গুণ-গান- ভাল কাম কৰিলে মানুহে গুন-গান গায়ে ।   
  12. আশাশুধীয়া – কাঞ্চনৰ ডাক্তৰ হোৱা আশাশুধীয়া সপোন পুৰ হল ।   
  13. কাণ থিয়- কোনোবাই কথা কলে কান থিয় কৰি শুনি থকাটো ৰমলা মাকৰ পুৰণা অভ্যাস । 
  14. চলা-ফিৰা- গাড়ী খনে লাহে লাহে চলা – ফিৰা কৰিছে ।  
  15. আওকণীয়া – বিদ্যালয়ত পাঠটো পঢ়াই থকা সময়ত ৰিয়াই আওকণীয়া কৰি আছিল ।
  16. সহমৰ্মিতা- ৰা – ছোৱালীক সদায়ে সমমৰ্মিতাৰে পঢ়িবলৈ সুযোগ দিব লাগে ।   
  17. দূষ্টিহীন- দূষ্টিহীন মানুহক চৰকাৰে বহুটো সুবিধা প্ৰদান কৰে। 
  18. দূষ্টিক্ষম- দূষ্টিক্ষম মানুহে নিজৰ পৃথিৱীখন মুকলি মনেৰে চাব পাৰে ।  
  19. দূষ্টিভংগী – সীতাৰদূষ্টিভংগী বৰ ধুনীয়া ।   
  20. আত্ম-সচেতন- সদায় মানুহ আত্ম- সচেতন হব লাগে ।

NTSE Assam

  1. আত্ম-বিশ্বাসী – আত্ম – বিশ্বাসী মানুহে কোনো কাম কৰিবৰ বাবে সংকোচ বোধ নকৰে ।
  2. অনন্য় – চিৰিয়াখানা খনত অনন্য পশু- পক্ষীৰে ভৰি আছে । 
  3. অনুসন্ধিংসু – ল’ৰাজনৰ অপহৰণ হোৱাৰে পৰা কোনো অনুসন্ধিংসু  পোৱা নাই ।  
  4. ৰোমাঞ্চকৰ – নাটখন বৰ ৰোমাঞ্চকৰ আছিল ।     
  5. জিৰণি – মামুৰ মাকে গোটে ঘৰ খনৰ কাম কৰি অলপ জিৰণি লৈছে ।
  6. তল-ওপৰ – ৰিণাৰ খং উঠিলে গোটেই ঘৰখন তল- ওপৰ কৰি দেয়ে ।
  7. খুঁটিয়া-খুঁটি- চ’ৰাইবোৰে মন্দিৰটোৰ আগত খুঁটিয়া-খুঁটি লাগি আছে ।  
  8. ওলট-পালট – পুথিভঁৰালটোত গোটেই কিতাপবোৰ ওলট-পালট হয় গল ।  
  9. ৰাজআলি – গড়গাৱত ধোদে ৰাজআলি বান্ধে ।
  10. সিদ্বান্ত – বিপুলে আজি বৰ এটা ভাল সিন্ধান্ত ললে ।   
  11. দ্ৰতগতি – কৰোণা আক্ৰান্তৰ সংখ্যা দ্ৰতগতিত অসমত বাঢ়িবলৈ ধৰিছে ।   
  12. পাতনি – গছডালে নতুনকৈ পাতনি মেলিছে
  13. অধ্যৱসায়- স্বাবলম্বী হবলৈ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ প্ৰয়োজন ।
  14. জাকত- জিলিকা – জুবিন গায়কৰ নামটো গোটেই পৃথিৱীতে জাকত-জিলিকা ।   
  15. আকৰ্ষণীয় – চুম্বক লোৰ আকৰ্ষণীয় পদাৰ্থ ।   
  16. লৰচৰ – ধ্যান কৰি থকা সময়ত লৰচৰ কৰি থাকিব নাপায় ।  
  17. দিন-ৰাতি – আমেৰিকা আৰু ভাৰতৰৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে । 
  18. অবিহনে – পানীৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম ।   
  19. হানি হোৱা – কেতিয়াওঁ আনৰ হানি হোৱা কাম কৰিব নালাগে।
  20. চতুৰালি – অধিক চতুৰালি বেয়া ।  
Share on:

Leave a Comment