WhatsApp Group Join Now
Telegram Group Join Now

350+ অসমীয়া বাক্য ৰচনা কৰা | Assamese Sentences | অসমীয়া জতুৱা ঠাচ

4.8/5 - (5 votes)

অসমীয়া বাক্য ৰচনা কৰা

  1. কথাচহকী – বিন্দ্ৰা গোটেই শ্ৰেণীটোৰ ভিতৰতেই কথা-চহকী
  2. কথা শু্ন – শিক্ষকে ছাত্ৰসকলক ক ‘লে যে মই কোৱা প্ৰতিটো কথা শু্ন
  3. কথা ৰাখ – পুষ্পই বিপাছাক কথা ৰাখ্ বুলি প্ৰতিশ্ৰুতি ল ‘বলৈ কলে ।
  4. মিচিকিয়াই – নয়নাই মিচিকিয়াই হাঁহি খুড়াকক সুধিলে ।
  5. চেনেহী – অসমীয়া ভাষাটো আমাৰ চিৰ চেনেহী ভাষা জননী ।
  6. পূৰণি – হেম সৰস্বতী দেবৰ প্ৰহ্লাদ চৰিত্ৰ নামৰ পূঠিখন বহুত পুৰণি
  7. ধন্যবাদ – কোনোৱাই তিলমাত্ৰ উপকাৰ কৰিলে তাতবাবে ধন্যবাদ  প্ৰকাশ কৰিব লাগে ।
  8. সাহিত্য – সাহিত্য সমাজৰ দাপোন স্বৰূপ 
  9. যুগে-যুগে – অসমীয়া ভাষাও যুগেযুগে পৰিৱৰ্তিত হৈ আহিছে ।
  10. জেতুকা – বিহু আহিলে ছোৱালীবোৰে হাতত জেতুকা বুলায় ।
  11. ভমকা – আই শালৰ গামোছাখনত ভমকা ফুল দি কাটিলে ।
  12. আঁচু -ৰেখাই শালৰ গামোছাখনত আঁচুৰ ভমকা ফুল দিলে  ।
  13. শাল – মানসীয়ে এইবাৰ শালত চাদৰ লগাইছে ।
  14. দিহা – আমি সদায় ডাঙৰৰ ভাল দিহাবোৰ মন দি শুনিব লাগে ।
  15. ভিৰাই – ষাড়গৰুটোক দেখি ৰাশিয়ে ভিৰাইদৌৰ মাৰিলে ।
  16. জেঙা – লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম চিঠিখন ডাকত দিওতেই লগাগে জেঙা   ।
  17. সুৰুঙা – ৰমেনে তাৰ ঘড়ীটোক এটা বাকচত বাকচটোৰ সুৰুঙা দি সুমুৱাই থ ‘লে ।
  18. দয়াপৰৱশ – কোনোৱাই কিবা বুজি নাপালে তাক খঙেৰে নুবুজাই মৰম আৰু দয়াপৰৱশ হৈ বুজাৱ লাগে।
  19. পৰিভ্ৰমী – মাজুলীলৈ শৰতকালত পৰিভ্ৰমী চৰাইবোৰ আহে ।

MLA Scholarship Scheme

  1. ৰহন – আবেলিৰ বেলিয়ে মাজুলীক ৰহন সানে ।
  2. সংৰক্ষণ – গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপবোৰ সংৰক্ষণ হৈ আছে ।
  3. মণিকূট –  ৰাজহঁতে সত্ৰত মণিকুটৰ পৰা আৰম্ভ কৰি সকলোবোৰ চালে ।
  4. সীৰলু – নাঙলৰ সীৰলুৰ দৰে পানী কাটি – কাটি নাওঁখন আগুৱাই গ ‘ল ।
  5. মায়াময় – ব্ৰক্ষ্মপুত্ৰৰ মায়াময় দৃশ্য চালে চকুৰোৱা ।
  6. কিৰীলি – ভাওনাৰ বাবে সজায় থোৱা মুখাবোৰ দেখি ৰাণীয়ে কিৰীলি পাৰি উঠিল ।
  7. মুখ – বিমুখ = কেতিয়াওঁ কাকো বিমুখ কৰিব নেপাই ।
  8. দূৰ – বিদুৰ = সূৰ্যৰ পৰা পৃথিবীলৈ বিদূৰ 
  9. কিৰণ – বিকিৰণ  = সূৰ্য উদয় হোৱাৰ লগে লগে থিৱীৰ প্ৰথম পুৱাটোৰ বিকিৰণ হয় ।
  10. আচু ঃ আচু হৈছে অসমৰ এটা দল-সংগঠন ।
  11. ক্ষুদ্ৰ – বাক্য ৰচনা কৰা অসমীয়াতঅনুজীৱ বোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ।
  12. আনুষ্ঠানিক – আমাৰ গাওঁত এখন আনুষ্ঠানিক সভা পাতিছিল 
  13. গতিপথ – গ্ৰহ – নক্ষত্ৰবোৰে নিজৰ নিজৰ গতিপথত গতি কৰি থাকে ।
  14. প্ৰচেষ্টা – বৈজ্ঞানিকবোৰে মহাকাশলৈ যাবলৈ প্ৰচেষ্টা চলাই আছে ।
  15. প্ৰশংসা – ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় ।
  16. বাৰ ( সপ্তাহৰ বাৰ ) = এই সোমবাৰে আমি নগাওঁলৈ যাম ।
  17. বাৰ ( অ ) সংখ্য়া )  = এক দৰ্জনত বাৰতা থাকে ।
  18. পাৰ ( নদীৰ পাৰ)  = ৰহিম হতে নদীৰ পাৰত খানা খাবলৈ গৈছিল ।

Assam OBC Scholarship

  1. টকা ( টকা – পইচা) = টকা – পইচা নিয়মমতে খৰচ কৰিব লাগে ।
  2. পাৰ (অ)( চৰাই ) = আগৰ দিনত পাৰই দূৰনিলৈ চিঠি লৈ গৈছিল ।
  3. আলু – দোকানীজনে পচা আলুবোৰ বিক্ৰী কৰাৰ বাবে গাৱৰ ৰাইজে দাবী প্ৰকাশ কৰিছে ।
  4. কোন – গাওঁখনত অচিনাকী মানুহএজন সুমুৱাৰ বাবে গাৱৰ মানুহে তেওঁক আপুনি কোন বুলি প্ৰশ্ন কৰিলে ।
Share on:

Leave a Comment